নাজিৰাত চক্ৰ বিষয়াক আদৰনি বজৰং দল-ৰাষ্ট্ৰীয় মহিলা পৰিষদৰ
বিশেষ প্ৰতিবেদক, বিতৰ্ক, ২৬ জুলাই, নাজিৰা :: লকডাউনৰ মাজতে নাজিৰা চক্ৰ বিষয়া কাৰ্যালয়ত যোগদান কৰিলে নৱনিযুক্ত বিষয়া সান্তনো গগৈয়ে ৷ শুক্ৰবাৰে নাজিৰা ৰাষ্ট্ৰীয় বজৰংগ দল আৰু ৰাষ্ট্ৰীয় মহিলা পৰিষদে চক্ৰ বিষয়া গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে নাজিৰাৰ বিভিন্ন অঞ্চলত জাপানী এনকেফ্লাইটিছে মাৰাত্মক ৰূপ লোৱাৰ বিষয়টো অৱগত কৰি অতি সোনকালে নাজিৰা আৰু ইয়াৰ উপকন্ঠ অঞ্চলত ধোঁৱা আৰু প্ৰতিষেধক দিয়াৰ বাবে আবেদন জনাই।
যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।