শিৱসাগৰত নতুনকৈ এজন ৰোগীৰ দেহত ক’ভিড-১৯

* শিৱসাগৰত পুনৰ আৰু এজন ব্যক্তিৰ দেহত ক’ৰনা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে।

* ব্যক্তিজন শিৱসাগৰৰ নাজিৰাৰ আফিৰুল হুছেইন বুলি জানিব পৰা গৈছে।

* আতংকিত নহব, সজাগ হওঁক।

Leave a Reply

Your email address will not be published. Required fields are marked *