শিৱসাগৰৰ ৯টা পৰিয়াল হৈ আহিছে হাহাঁকাৰঃ প্ৰতিবছৰে থাকে পানীৰ মাজত, Video..

শিৱসাগৰৰ নগৰৰ এটা অঞ্চল। এই অঞ্চলৰ ৯ টা পৰিয়ালৰ চকুৰ পানী মূল্য নাই প্ৰশাসন তথা জনপ্ৰতিনিধিৰ। এইটো অঞ্চল শিৱসাগৰ নগৰৰ ১৪ নং ৱাৰ্ডৰ । অঞ্চলটোত আজি দীৰ্ঘদিন ধৰি দিখৌ নদীৰ বাঢ়নী পানীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছে। পুৰনা দিখৌৰ মথাউৰিৰ কিছু নিলগত আন এটা মথাউৰি নিৰ্মাণ কৰাৰ বাবে ৯ টা পৰিয়াল দুয়োটা মথাউৰিৰ মাজত সোমাই পৰাত  দিখৌ নদীৰ পানী জমা হৈ পৰে অঞ্চলটোত। যাৰবাৰে এই ৯ টা পৰিয়াল ৭/৮ দিন পানীৰ মাজত থাকিব লগীয়া হয়।

শিৱসাগৰৰ পৰা মিনহাজউদ্দিন আহমেদৰ ৰিপৰ্ট।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *