ক্ৰমাৎ বাঢ়ি আহিছে দিখৌৰ পানীঃ বানপীড়িতক সহায়ৰ বাবে উলাই আহিছে একাংশ যুৱক, Video..

যোৱা কালিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ জিলাৰ বৃহত্তৰ ৰংপুৰ পঞ্চায়তৰ দিখৌ পৰীয়া অঞ্চলৰ কেইবা ঠাই হৈছে জলমগ্ন। বুৰিছে ঘৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান। বিগত ২৪ ঘন্টা দিখৌৰ বাঢ়নী পানীৰ বাবে ৰাজপথত তম্বু তৰি আশ্ৰয় গ্ৰহণ কৰা লোকৰ বাবে স্থানীয় যুৱকসকলে যোগাৰ কৰিছে এমুঠি অন্নৰ। এইসকল যুৱকে চৰকাৰী সাহাৰ্য্যলৈ বাট নাচাই নিজে বিলাইছে বিভিন্ন ধৰনৰ খাদ্য সামগ্ৰী।

ভিডিঅ জাৰ্ণালিষ্ট মিনহাজ আহমেদৰ সহযোগত চাহিল হাজৰিকাৰ ৰিপৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *