শিৱসাগৰত বিজেপি নেত্ৰীৰ ছত্ৰছায়াত কেন্দ্ৰীয় বজাৰ নিবিদা অবিহনে গটোৱাৰ চেষ্টা, Video..

শিৱসাগৰৰ পৰা মিনহাজউদ্দিনৰ সহযোগত চাহিল হাজৰিকাৰ ৰিপৰ্ট।

গুৱাহাটী উচ্চ ন্যায়ালয়-পৌৰ প্রশাসন সঞ্চালকালয়ৰ নিদ্দের্শক অংগুষ্ঠ শিৱসাগৰ জিলা উপায়ুক্ত-পৌৰসভাৰ কার্যবাহী বিষয়াৰ। বিজেপি নেত্রীৰ ঘনিষ্ঠক বজাৰ গটোৱাৰ স্বার্থত নিবিদা প্রক্রিয়া বন্ধৰ চক্রান্ত। বীৰ লাচিত সেনা, আহােম সেনাৰ স্মাৰক পত্র-সকিয়নি। শিৱসাগৰ জিলা বিজেপিৰ নেত্ৰীৰ ঘনিষ্ঠক অবৈধভাবে বজাৰ গটোৱাৰ স্বার্থতে ন্যায়ালয়ক অবমাননাৰ অভিযোগ দুই প্রশাসনিক বিষয়াৰ বিৰুদ্ধে।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *