নাজিৰা পৌৰসভাৰ প্ৰসংসনীয় পদক্ষেপঃ ঘৰে ঘৰে গৈ কৰিব জাবৰ নিষ্কাসনৰ কাম, Video..

নাজিৰা পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ। নাজিৰা নগৰৰ প্ৰতিটো ঘৰে ঘৰে গৈ বিজ্ঞানসন্মতভাৱে  জাবৰ নিস্কাশণ কৰিব পৌৰসভাই। নাজিৰাত প্ৰথমবাৰৰ বাবে এই কাম হাতত লৈছে পৌৰসভাই।জাবৰৰ পৰা প্ৰস্তুত কৰিব জৈৱিক সাৰ।
স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ ৱৰ্লড নামৰ এটি সংস্থাৰ জৰিয়তে নাজিৰাৰ পৌৰসভাই কেঁ‌চা আৰু শুকান জাবৰ জোঁ‌থৰ বিজ্ঞানসন্মত নিস্কাশনৰ ক্ষেত্ৰত লৈছে বিশেষ ব্যৱস্থা।

নাজিৰাৰ পৰা ভিডিঅ জাৰ্ণালিষ্ট অংশুমান দত্তৰ সহযোগত নয়নমণি ভৰদ্বাজ ফুকনৰ ৰিপৰ্ট।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *