নাজিৰা মহকুমাৰ এক অঞ্চলত গড়াখহনীয়া, Video..

নাজিৰা মহকুমাৰ অন্তৰ্গত ওপৰ নাজিৰাৰ ১নং ৱাৰ্ডত দিখৌ নৈৰ পানীৰ ফলত হৈছে গড়াখহনীয়া। গৃহহীন হৈছে এটা পৰিয়াল, অন্য তিনি পৰিয়ালৰ বাসগৃহতো সৃষ্টি হৈছে ফাট।

কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।

নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজ ফুকনৰ ৰিপৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *