হাইস্কুল শিক্ষান্ত পৰীক্ষাত কোনে কোনে স্থান লাভ কৰিলে চাওঁ আহক..

ডিজিটেল ডেস্ক, বিতৰ্ক, ৬ জুন, গুৱাহাটী ::

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল হৈছে-


প্ৰথম স্থানত

১. ধৃতিৰাজ বাস্তৱ কলিতাই
মুঠ নম্বৰ ৫৯৫
পদুম পুখৰী হাইস্কুল, দৰং

দ্বিতীয় স্থানত

১. অলংকৃতা গৌতম বৰুৱাই
মুঠ নম্বৰ ৫৯৪
চল্ট ব্ৰুক স্কুল, ডিব্ৰুগড়

তৃতীয় স্থানত

১. দেবিস্মা প্ৰিয়া বৰা
মুঠ নম্বৰ ৫৯১
জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ

২. জ্যোতিস্মান দেৱ শৰ্মা
মুঠ নম্বৰ ৫৯১
শংকৰ দেৱ শিশু বিদ্যা নিকেতন, বৰভাগ

৩. চাকি জি বুলটন
মুঠ নম্বৰ ৫৯১
ছেইন্ট মেৰিজ হাইস্কুল, গুৱাহাটী

চতুৰ্থ স্থান

১.নমস্যা ডেকা
মুঠ নম্বৰ ৫৯০
লিট’ল ফ্লাৱাৰ স্কুল, নলবাৰী

২. হিয়াশ্ৰী শৰ্মা
মুঠ নম্বৰ ৫৯০
দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়

পঞ্চম স্থান

১. মানৱ উত্তম দেউ
মুঠ নম্বৰ ৫৮৯
নীলমণি আদৰ্শ জাতীয় বিদ্যালয়

২. অংকুৰজ্যোতি বেজবৰুৱা
মুঠ নম্বৰ ৫৮৯
উদয়ণ শান্তি নিকেতন, বেজেৰা

৩. হিৰকজ্যোতি বৈশ্য
মুঠ নম্বৰ ৫৮৯
কৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল

ষষ্ঠ স্থান

১. হৰ্ষবৰ্ধন মহেশ্বৰী
মুঠ নম্বৰ ৫৮৮
মাৰিয়ান হাইস্কুল, বৰপেটা

২. হৰিদ্ৰ বৰা
মুঠ নম্বৰ ৫৮৮
ছেক্ৰেড হাৰ্ট হাইস্কুল, গোলাঘাট

৩. ৰণুজ জ্যোতি বৰুৱা
মুঠ নম্বৰ ৫৮৮
জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপুৰ

৪. হিমাশ্ৰী বৰুৱা
মুঠ নম্বৰ ৫৮৮
ফুলেশ্বৰী গাৰ্লছ হায়াৰা ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ

সপ্তম স্থান

১. অভিলাখা শৰ্মা
মুঠ নম্বৰ ৫৮৭
ছেইমেন্ট মেৰিছ হাই স্কুল, উত্তৰ লখিমপুৰ

২. ঝলক জালান
মুঠ নম্বৰ ৫৮৭
ছেইন্ট এন্টনীছ ইংলিছ স্কুল, নগাঁও

অষ্টম স্থান

১. অনিশা ৰয়
মুঠ নম্বৰ ৫৮৬
হলী ক্ৰছ এইচ এছ স্কুল

২. নীলিকেশ দত্ত
মুঠ নম্বৰ ৫৮৬
শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া

৩. ছিমৰণ বৰা
মুঠ নম্বৰ ৫৮৬
ব্ৰুকফিল্ড স্কুল, লখিমপুৰ


৪. অন্তৰিক্ষা চাংকাকতি
মুঠ নম্বৰ ৫৮৬
নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ

৫. অনেশ্বা চাংকাকতি
মুঠ নম্বৰ ৫৮৬
ডন বস্ক’ হাই স্কুল, তিনিচুকীয়া

নৱম স্থান

১. ভৃগু মোহন কুমাৰ
মুঠ নম্বৰ ৫৮৫
শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং

২. ৰাজদ্বীপ বৰুৱা
মুঠ নম্বৰ ৫৮৫
শংকৰদেৱ শিশু নিকেতন, কাকোডোঙা

৩. নিহাৰিকা ভৰালী
মুঠ নম্বৰ ৫৮৫
গোলাঘাট জাতীয় বিদ্যালয়, গোলাঘাট

৪. শিল্পী শিখা ডেকা
মুঠ নম্বৰ ৫৮৫
পলাশতল কাচমাৰী হাই স্কুল, নগাওঁ

৫. মাচুম মেহতাব
মুঠ নম্বৰ ৫৮৫
শংকৰৱে শিশু নিকেতন, বাহৰঘাট

৬. ইমন বৈশ্য
মুঠ নম্বৰ ৫৮৫
শংকৰদেৱ শিশু নিকেতন, বাহৰঘাট

৭. অভিনৱ গগৈ
মুঠ নম্বৰ ৫৮৫
ছেইন্ট জছেফছ হাই স্কুল, মৰাণহাট

৮. অভিনাশ কেওত
মুঠ নম্বৰ ৫৮৫
ছেইন্ট ষ্টেফেন হাই স্কুল, তিনিচুকীয়া

৯. অনন্যা মেধি
মুঠ নম্বৰ ৫৮৫
অসম জাতীয় বিদ্যালয়, নুনমাটি

১০. নিৰাজ খেতান
মুঠ নম্বৰ ৫৮৫
হেপী চাইল্ড হাই স্কুল, গুৱাহাটী

দশম স্থান

১. পূজা বেনাৰ্জী
মুঠ নম্বৰ ৫৮৪
শংকৰদেৱ শিশু নিকেতন, বাহৰী

২. প্ৰেৰণা ডেকা
মুঠ নম্বৰ ৫৮৪
বঙাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল, বঙাইগাঁও

৩. পাৰ্শ তাছনিম বৰভূঞা
মুঠ নম্বৰ ৫৮৪
শিলচৰ কলেজিয়াত স্কুল, কাচাৰ

৪. অনন্দিতা কোঁৱৰ
মুঠ নম্বৰ ৫৮৪
ছেইন্ট এক্সজেভিয়াৰ্ছ

৫. ভাৰ্গৱ জ্যোতি জাস
মুঠ নম্বৰ ৫৮৪
শংকৰদেৱ বিদ্যা নিকেটন, ৰামদিয়া।

৬. অলিন্দিতা কলিতা
মুঠ নম্বৰ ৫৮৪
ক্লিৰদাপ শংকৰদেৱ শিশু নিকেটন, কাৰ্বি অংলঙ

৭. দ্বিৱিজ বিকাশ
মুঠ নম্বৰ ৫৮৪
ছেইন্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ

৮. অংকিতা দে
মুঠ নম্বৰ ৫৮৪
গুড ছামাৰিটান ইংলিছ হাইস্কুল, নগাঁও

৯. ঋত্তিক কুমাৰ সোট
মুঠ নম্বৰ ৫৮৪
প্ৰাঞ্জল মেম’ৰিয়েল একেডেমি

১০. শশাংক হালৈ
মুঠ নম্বৰ ৫৮৪
আনন্দ বিদ্যা নিকেটন, নলবাৰী

১১. মিছবাহুল কৰিম
মুঠ নম্বৰ ৫৮৪
লিটল ষ্টাৰ স্কুল, শোণিতপুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *