২৫ জুনত ঘোষণা হব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

ডিজিটেল ডেস্ক, বিতৰ্ক, ৪ জুন, গুৱাহাটী :: অহা ২৫ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।ৰাতিপুৱা ৯ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। পৰীক্ষাৰ্থীসকলে সংশ্লিষ্ট বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ পৰা ফলাফলৰ লগতে মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট সংগ্ৰহ কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে ৱেবছাইটযোগেও পৰীক্ষাৰ ফলাফল লাভ কৰিব। মুঠ ১৬টা ৱেবছাইটযোগে প্ৰকাশ কৰা হ’ব পৰীক্ষাৰ ফলাফল।

উল্লেখযোগ্য যে, চলিত বৰ্ষত মুঠ ২,৩৬,৮০৯ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত কলা শাখাত ১,৭৫,১৭৫গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমূলক শাখাত ৮৬৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

পৰীক্ষাৰ্থীসকলে তলত দিয়া ৱেবছাইটসমূহ ফলাফল চাব পাৰিব-

www.hsinfo.in

www.ahsec.nic.in

www.knowyourresult.com

www.ExamResults.net

www.results.shiksha

www.exametc.com

www.schools.com

www.jagranjosh.com

www.resultsamarujala.com

www.assamresult.in

www.results.net

www.EduAssam.com

www.assam.shiksha

www.assamjobalerts.com

www.timesofindia.com

www.assamonline.in

www.school.gradeup.co

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *