কিদৰে চাব পাৰিব মেট্ৰিকৰ ফলাফল..

বিশেষ প্ৰতিবেদক, বিতৰ্ক, ২ জুন, গুৱাহাটী :: অহা ৬ জুন শনিবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ছেবাৰ। পুৱা ৯ বজাত ঘোষণা হ’ব ফলাফল। এইবাৰ কেৱল অনলাইনযোগে ছাত্ৰ -ছাত্ৰীয়ে লাভ কৰিব ফলাফল। ফলাফলৰ বাবে ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ :

www.results.sebaonline.org

www.resultsassam.nic.in

www.examresults.netwww.examresults.net/assam

www.indiaresults.comexametc.com

www.newsnation.in

www.newsstate.com

https://iresults.netAssamjobAlerts.com

www.assamResult.in

www.results.siksha

www.assam.siksha আৰু

www.jagranjosh.com

ইয়াৰোপৰি SEBA Results 2020 এপত লাভ কৰিব ফলাফল। Googole paly storeৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ। এই এপত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল আৰু নাম্বাৰ মাৰিলে লাভ কৰিব ফলাফলৰ লগতে মাৰ্কশ্বীট। ছাত্ৰ ছাত্ৰীসকলে এপত টাইপ কৰিব লাগিব ৰোল নাম্বাৰ, জন্মদিন আৰু চেণ্টাৰ নাম্বাৰ।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে তেন্তে ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’ কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *