২৫ মে’ত পালন হব ঈদঃ কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৩ মে, শিৱসাগৰ :: কেন্দ্ৰীয় হিলাল কমিটীৰ সভাপতি মৌলানা শ্বেখ ফখৰউদ্দিন আহমেদ কাচিমী আৰু সম্পাদক আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাই যে অসম তথা ভাৰতবৰ্ষত জোন দেখা খবৰ পোৱা নোযোৱাৰ বাবে অহা ২৫ মে তাৰিখ সোমবাৰে

হিলাল কমিটীৰ বিজ্ঞপ্তি

ভাৰতবৰ্ষৰ লগতে অসমতো ঈদ পালন কৰা হব। ইয়াৰ লগতে কেন্দ্ৰীয় হিলাল কমিটীয়ে অসমবাসী ৰাইজলৈ ঈদৰ শুভকামনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *