অসমত ক’ৰনা আক্ৰান্তৰ সংখ্যা পালেগৈ ৭৯ জনলৈঃ গুৱাহাটীত নতুনকৈ আক্ৰান্ত ১৫ ব্যক্তি কোন?

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৪ মে, গুৱাহাটী ::
গুৱাহাটীত নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছে ১৫ জনকৈ ব্যক্তি। আক্ৰান্ত লোকসকলক হৈছে ক্ৰমে- সঞ্জীৱ কুমাৰ, চিপুজন নিছাদ, সুমীত কুমাৰ, অজয় কুমাৰ, শংকৰ শ্বাহ, সুবোধ কুমাৰ, মুকেশ সিং, গণি কেৱাট, বিদ্বেশ্বৰী ঠাকুৰ, প্ৰবীণ কুমাৰ ৰাও, কৃষ্ণ গুপ্তা, বিশ্বনাথ শ্বাহা, সুনীল ৰয়, প্ৰভাৱ আনন্দ আৰু লেখাৰু নিছাদ।

উল্লেখ্য যে, নতুনকৈ ক’ৰনাত আক্ৰান্ত আটাইকেইজন লোক ফাঁচী বজাৰৰ। তেওঁলোক ক’ৰনাত আক্ৰান্ত মংগৰু চাহানীৰ সংস্পৰ্শলৈ আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *