দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰঃ পুনৰ লকডাউন বৃদ্ধিৰ ঘোষণা….

ডিজিটেল ডেস্ক, বিতৰ্ক, ১২ মে, শিৱসাগৰ :: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীজনে লকডাউনৰ লগতে বিভিন্ন ঘোষণা কৰে।

দেশত পুনৰ লকডাউন বৃদ্ধিৰ ঘোষণা।

১৭ মে’ত অন্ত পৰা কথা আছিল লকডাউন।

প্ৰধানমন্ত্ৰীৰ ঘোষণা- লকডাউনৰ সন্দৰ্ভত সবিশেষ ১৮ মে’ত জনোৱা হ’ব।

কোৰোনা ভাইৰাছৰ বাবে বিশেষ পেকেজ ঘোষণা প্ৰধানমন্ত্ৰীৰ।

২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে প্রধানমন্ত্ৰীয়ে।

সকলো শ্ৰেণীৰ লোককে এই পেকেজে সামৰি ল’ব।

জিডিপিৰ ১০ শতাংশ হ’ব এই পেকেজৰ ধন।

মধ্যবৃত্ত শ্ৰেণীৰ লোককো এই পেকেজ সামৰিব।

কুটীল গ্ৰাম্য উদ্যোগকো সামৰি ল’ব এই পেকেজে।

বুধবাৰৰ পৰা বিত্তমন্ত্ৰীয়ে এই পেকেজৰ সন্দৰ্ভত সবিশেষ ঘোষণা আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *