পানভেল ফাৰ্মহাউছৰ সমীপৰ দৰিদ্ৰ লোকসকললৈ খাদ্য সামগ্ৰী যোগান ধৰিলে চলমান খানে

ডিজিটেল ডেস্ক, বিতৰ্ক, ৫ মে, শিৱসাগৰ :: চুপাৰষ্টাৰ চলমান খানে আজি দৰিদ্ৰ লোকলৈ যোগান ধৰিছে খাদ্য সামগ্ৰী। চলমান খানে তেওঁৰ পানভেলস্থিত ফাৰ্মহাউছৰ ওচৰৰ দৰিদ্ৰ গাঁওবাসীৰ বাবে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে। চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত চলমানে খানে নিজৰ ফাৰ্মৰ সমীপৰ গাঁওবাসীৰ বাবে টেক্টৰ আৰু গৰু গাড়ীত খাদ্য সামগ্ৰী কঢ়িওৱা দেখা গৈছে।

উল্লেখ্যে চলমান খানৰ এই প্ৰচেষ্টাত জেকলিন ফাৰ্ণ্ডাণডেজ, ইউয়ুলিয়া ভান্ট’ৰ, কামাল খান, নিকেটন মাধুক, ৱালুছা ডি’চুজাকে আদি কৰি বলিউদৰ বিভিন্ন তাৰকাই সহায্য আগবঢ়াইছে। উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ পৰা দেশব্যাপী বলৱৎ হোৱা ল’কডাউনৰ পাছৰ পৰাই চলমান খানে পানভেলৰ নিজা ফাৰ্মহাউছতে আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *