টেলিভিচনৰ পৰ্দাত ‘ৰামায়ণে’ গঢ়িলে বিশ্ব ৰেকৰ্ড

ডিজিটেল ডেস্ক, বিতৰ্ক, ৩ মে, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতত লকডাউন ঘোষণা কৰাৰ পিছতে মাৰ্চ মাহৰ পৰা দূৰদৰ্শনত আৰম্ভ হৈছিল ‘ৰামায়ণ‘ৰ পুনৰ সম্প্ৰচাৰ। এই অনুষ্ঠানটো ১৬ এপ্ৰিলত বিশ্বৰ সৰ্বাধিক উপভোগ্য মনোৰঞ্জনমূলক অনুষ্ঠান হিচাপে বিবেচিত হয়। ৭.৭ কোটি দৰ্শক লাভেৰে এই স্থান লাভ কৰে বুলি দূৰদৰ্শনে টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

উল্লেখযোগ্য যে দূৰদৰ্শনত  প্ৰথমবাৰৰ বাবে ৰামায়ণ সম্প্ৰচাৰ হৈছিল ১৯৮৭ চনত। নিৰ্দেশক তথা প্ৰযোজক আছিল ৰামানন্দ সাগৰ।আনহাতে ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনতা কৰুণ গো’ভিল, সীতাৰ চৰিত্ৰত দিপীকা চিখলিয়া ট’পিৱালা, লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল সুনীল লাহিৰী, অৰবিন্দ ত্ৰিবেদীক ৰাৱণ আৰু দ্বাৰা সিঙক হনুমানৰ  চৰিত্ৰত দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *