সমগ্ৰ অসমত বালি ধুমুহাৰ তান্দৱঃ প্ৰকৃতিয়েও যেন কৈ থৈ গল সকলোকে ঘৰতে থাকক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৫ এপ্ৰিল, শিৱসাগৰ :: বহাগৰ দ্বিতীয়টো দিনত ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতে ধুই নিলে অসমক। অসমৰ বিভিন্ন প্ৰান্তত এই ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা বুলি শেহতীয়াকৈ খবৰ আহিছে। উজনি-নামনি সকলোতে গছ-গছনিৰ ভাঙি ঘৰ-দুৱাৰ ভাঙি উৰুৱাই নিয়াৰ খবৰ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *