শিৱসাগৰৰ আমগুৰি ঘাত অঞ্চল চেনিটাইজ কৰিলে দুই যুৱকে

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰি ঘাট অঞ্চল আজি চেনিটাইজ কৰিলে অঞ্চলতোৰে দুজন যুৱকে। মুজিব আহমেদ আৰু ৰাজ আহমেদে নিজৰ গাঠিৰ ধন ভাঙি অঞ্চলতো চেনিটাইজেচন কৰা কাৰ্য্যক সচেতন মহলে সলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *