অসমত COVID-19 ত ১জন ৰোগী আক্ৰান্ত

*অসমত প্ৰথমজন ক’ৰনা ভাইৰাছত আক্ৰান্ত ৰোগী।
*৫২ বছৰীয়া ৰোগীগৰাকীক চিলচৰ মেডিকেল কলেজত ৰখা হৈছে।
*স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট।

Leave a Reply

Your email address will not be published. Required fields are marked *